إعدادات العرض
1- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিছৰা (পাৰস্য সম্ৰাট) কাইছৰ (ৰোম সম্ৰাট) আৰু নাজ্জাশ্বীকে আদি কৰি বিভিন্ন প্ৰভাৱশালী শাসকসকলৰ ওচৰলৈ আল্লাহৰ ফালে আহ্বান কৰাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছিল।