মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ…

মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।

[صحيح] [متفق عليه]

الشرح

মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি এৰি দিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে। এই নিষেধাজ্ঞা সকলোৰে বাবে প্ৰযোজ্য, সৰু হওক বা ডাঙৰ। আনহাতে নাৰীসকলৰ মূৰৰ চুলি খুৰোৱা উচিত নহয়।

فوائد الحديث

ইছলামী চৰীয়তে মানুহৰ বাহ্যিক আকাৰ-আকৃতিৰ প্ৰতিও গুৰুত্ব দিয়ে।

التصنيفات

নৱজাতক সম্পৰ্কীয় বিধি-বিধান, নিন্দনীয় স্বভাৱসমূহ