إعدادات العرض
তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।
তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে মোচ চুটি কৰা আৰু দাড়ি দীঘল কৰা।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Bahasa Indonesia Tagalog Türkçe اردو 中文 हिन्दी Français Tiếng Việt සිංහල ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు မြန်မာ Русский Deutsch 日本語 پښتو Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands Kiswahili தமிழ் دری Кыргызча Lietuvių Kinyarwanda नेपाली or ಕನ್ನಡ Oromoo Română Soomaali Српски Wolof Українська Moore Azərbaycan ქართული Magyar Македонски bm አማርኛ Български Malagasyالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোচ কাটিবলৈ নিৰ্দেশ দিছে তথা দীঘল কৰিবলৈ নিষেধ কৰিছে। আনকি বেছিকৈ চুটি কৰিব লাগে। পক্ষান্তৰে দাড়িক এৰি দিবলৈ দিছে, যাতে দীঘল হৈয়ে থাকে।فوائد الحديث
দাড়ি খুৰোৱা হাৰাম।
التصنيفات
স্বভাৱগত ছুন্নতসমূহ