إعدادات العرض
1- (কান্ধলৈকে) দীঘল (বাবৰি) চুলিবিশিষ্ট আৰু ৰঙা পোছাক পৰিহিত কোনো লোককেই মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামতকৈ অধিক ধুনীয়া দেখা নাই।