إعدادات العرض
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।
মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ 'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Indonesia Tagalog Türkçe اردو 中文 हिन्दी සිංහල Hausa Kurdî Tiếng Việt Nederlands Kiswahili ગુજરાતી Magyar ქართული Română ไทย Português मराठी ភាសាខ្មែរ دری አማርኛ Македонски తెలుగు Українська ਪੰਜਾਬੀ മലയാളം Moore پښتو ಕನ್ನಡالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা মুআজ্জিনসকলৰ অৰ্থাৎ যিসকলে নামাজৰ বাবে আজান দিয়ে তেওঁলোকৰ ডিঙি সৰ্বোচ্চ দীঘল হ'ব, কাৰণ তেওঁলোকে মৰ্যাদাপূৰ্ণ আমলৰ সৈতে জৰিত আছিল, লগতে অত্যাধিক কল্যাণ আৰু মহা প্ৰতিদানস্বৰূপে তেওঁলোকক এই মৰ্যাদা প্ৰদান কৰা হ'ব।فوائد الحديث
হাদীছটোত আজানৰ ফজীলত বৰ্ণিত হৈছে আৰু ইয়াৰ প্ৰতি উৎসাহিত কৰা হৈছে।
মুআজ্জিনসকলৰ মৰ্যাদা বৰ্ণিত হৈছে। কিয়ামতৰ দিনা তেওঁলোকৰ মৰ্যাদা সুউচ্চ হ'ব।
