إعدادات العرض
তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো…
তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
[ছহীহ] [رواه أبو داود والنسائي]
الترجمة
العربية Português دری Македонски Magyar Tiếng Việt ქართული বাংলা Kurdî ไทย Nederlands ਪੰਜਾਬੀ Indonesia Kiswahili Hausa ភាសាខ្មែរ English ગુજરાતી Tagalog Русский Françaisالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত পুৰুষসকলক প্ৰথমে প্ৰথম শাৰী পূৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবলৈ কৈছে। এইদৰেই এটা এটাকৈ শাৰীবোৰ পূৰ কৰিবলৈ কৈছে। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।فوائد الحديث
হাদীছটোত শাৰী পোন কৰাৰ ছুন্নত বৰ্ণনা কৰা হৈছে।
মুচল্লীসকলৰ উচিত যে, তেওঁলোকে সন্মুখৰ শাৰীবোৰ যাতে অসম্পূৰ্ণ নাৰাখে। যদি ক'ৰবাত অসম্পূৰ্ণ ৰাখিবলগীয়া হয় তেন্তে সেইটো যাতে হয় শেষৰ শাৰীত।
