إعدادات العرض
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম…
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।
অয়েল বিন হুজৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে নামাজ পঢ়িছোঁ, তেখেতে সোঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ"। এইদৰে বাওঁফালে ছালাম ফিৰাই কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ।"
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Português Nederlands Tiếng Việt ગુજરાતી Kiswahili پښتو සිංහල دری മലയാളം नेपाली Magyar ქართული తెలుగు Македонски Svenska Moore Română Українська ไทย मराठी ਪੰਜਾਬੀ አማርኛ Wolof ភាសាខ្មែរ ಕನ್ನಡ Malagasy Kinyarwanda Српски Shqipالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজৰ পৰা যেতিয়া ছালাম ফিৰাইছিল তেতিয়া সোঁফালে মুখ কৰি কৈছিলঃ "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।" এইদৰে বাওঁফালে মুখ কৰি "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" বুলি কৈ ছালাম ফিৰাইছিল।فوائد الحديث
নামাজৰ শেষত দুয়োফালে ছালাম ফিৰাব লাগে। এইটো নামাজৰ এটা ৰুকন।
কেতিয়াবা কেতিয়াবা ছালামত অতিৰিক্ত (অবাৰাকাতুহ) শব্দটো যোগ কৰা উত্তম। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবাহে কৰিছিল, সদায় এনেকৈ কৰা নাছিল।
নামাজত দুয়োফালে ছালাম ফিৰোৱাটো এটা ওৱাজিব ৰুকন। কিন্তু সোঁফালে আৰু বাওঁফালে মুখ কৰাটো হৈছে এটা মুস্তাহাব বিষয়।
সোঁফালে আৰু বাওঁফালে মুখ ঘূৰোৱাৰ সময়ত (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ) ক'ব লাগে, ইয়াৰ আগতো নহয় আৰু পিছতো নহয়।
التصنيفات
নামাজৰ পদ্ধতি