إعدادات العرض
চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी বাংলা Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் සිංහල မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Wolof Soomaali Български Українська Tagalog Azərbaycan ქართული тоҷикӣ bm Македонски Ελληνικά ភាសាខ្មែរ አማርኛ Malagasy Oromooالشرح
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই হাদীছটোত উল্লেখ কৰিছে যে, আৰবী শব্দ নাম্মাম (চোগলখোৰ বা খলুৱা) ব্যক্তি হৈছে সেইজন, যিয়ে মানুহৰ মাজত ফিতনা ফাছাদ সৃষ্টি কৰিবলৈ ইজনৰ কথা সিজনক লগাই ফুৰে, সেই ব্যক্তি হৈছে শাস্তিৰ যোগ্য, সি জান্নাতত প্রৱেশ নকৰিব।فوائد الحديث
চোগলখোৰী বা খলুৱাগিৰি হৈছে কবীৰাহ গুনাহ।
ইজনৰ কথা সিজনক লগাই ফুৰা নিষিদ্ধ। কিয়নো ইয়াৰ ফলত ব্যক্তি জীৱনত আৰু সমাজত ফিতনা সৃষ্টি হয় তথা অনিষ্ট সাধন হয়।
التصنيفات
নিন্দনীয় স্বভাৱসমূহ