إعدادات العرض
অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।
অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।"
[হাছান] [(আবু দাঊদ, নাছায়ী ফিল কুবৰা আৰু আহমদ)]
الترجمة
العربية Bosanski English فارسی Français Bahasa Indonesia Русский Türkçe اردو हिन्दी 中文 ئۇيغۇرچە Kurdî Português Nederlands Tiếng Việt ગુજરાતી Kiswahili አማርኛ پښتو සිංහල Hausa ไทย Tagalog മലയാളം नेपालीالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্কবাণী দিছে যে, স্বামীয়ে যেন স্ত্ৰীৰ মলদ্বাৰেৰে যৌন মিলন নকৰে। কাৰণ এইটো হৈছে আল্লাহৰ ৰহমতৰ পৰা বিতাৰিত হোৱাৰ আৰু অভিশপ্ত হোৱাৰ কাৰণ। তথা এইটো হৈছে এটা মহাপাপ।فوائد الحديث
স্ত্ৰীৰ মলদ্বাৰত যৌন মিলন কৰা হাৰাম।
মলদ্বাৰৰ পৰিবৰ্তে স্ত্ৰীৰ শৰীৰৰ যিকোনো অংগৰ দ্বাৰা উপকৃত হোৱাত কোনো বাধা নাই।
মুছলিমসকলে স্ত্ৰীৰ সন্মুখৰ লজ্জাস্থানতহে যৌন সম্ভোগ কৰে, যিদৰে আল্লাহে নিৰ্দেশ দিছে। মলদ্বাৰত যৌন মিলন কৰাটো হৈছে স্বাভাৱিক ৰুচিৰ অভাৱ তথা বিকৃত মানসিকতাৰ পৰিচয়, লগতে বংশৰ বিপৰ্যয়। এইদৰে এইটো হৈছে সুস্থ মানসিকতাৰ পৰিপন্থী বিষয়। ইয়াৰ বাহিৰেও ইয়াত আছে স্বামী স্ত্ৰীৰ বাবে বহু ক্ষতি।
التصنيفات
বিবাহৰ বৈশিষ্ট্য