إعدادات العرض
আল্লাহে যেতিয়া তেওঁৰ কোনো বান্দাৰ বাবে ফয়চালা দিয়ে যে, তাৰ অমুক ঠাইত মৃত্যু হ’ব, তেতিয়া সেই ঠাইলৈ যোৱাৰ বাবে তাৰ…
আল্লাহে যেতিয়া তেওঁৰ কোনো বান্দাৰ বাবে ফয়চালা দিয়ে যে, তাৰ অমুক ঠাইত মৃত্যু হ’ব, তেতিয়া সেই ঠাইলৈ যোৱাৰ বাবে তাৰ কাৰণে এটা প্ৰয়োজনো সৃষ্টি কৰি দিয়ে।
মাত্বাৰ ইবনু উকামিছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: আল্লাহে যেতিয়া তেওঁৰ কোনো বান্দাৰ বাবে ফয়চালা দিয়ে যে, তাৰ অমুক ঠাইত মৃত্যু হ’ব, তেতিয়া সেই ঠাইলৈ যোৱাৰ বাবে তাৰ কাৰণে এটা প্ৰয়োজনো সৃষ্টি কৰি দিয়ে।
[ছহীহ] [(তিৰমিজী)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Kurdî Wolof Soomaali Français Azərbaycan Tagalog Українська தமிழ் Deutsch Bambara ქართული Português Македонски Magyar Русский فارسی 中文 ភាសាខ្មែរ Malagasy Oromoo ไทย मराठी ਪੰਜਾਬੀ Türkçe Lingala Italiano አማርኛالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে যেতিয়া কোনো বান্দাৰ বাবে নিৰ্ধাৰণ কৰে যে, তাৰ অমুক ঠাইত মৃত্যু হ'ব, কিন্তু সি তাত নাথাকে, আল্লাহে তাক সেই ঠাইলৈ যোৱাৰ কাৰণে কোনো প্ৰয়োজন সৃষ্টি কৰি দিয়ে, ফলত সেই ঠাইলৈ যোৱাৰ পিছত তাৰ প্ৰাণহৰণ কৰা হয়।فوائد الحديث
উক্ত হাদীছটোৱে এই আয়াতৰ অৰ্থকে প্ৰকাশ কৰিছেঃ {وما تدري نفس بأي أرض تموت} অৰ্থাৎ কোনোৱেই নাজানে তাৰ মৃত্যু কোন ঠাইত হ'ব।