إعدادات العرض
মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মিছওৱাক কৰাটো হৈছে মুখৰ পৱিত্ৰতা আৰু প্ৰতিপালকৰ সন্তষ্টি লাভৰ উপায়।
[ছহীহ] [(নাছায়ী, আহমদ)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල Kurdî Hausa Português മലയാളം తెలుగు မြန်မာ Deutsch 日本語 پښتو Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە Kiswahili தமிழ் دری Български Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda тоҷикӣ O‘zbek Akan नेपाली Moore Azərbaycan Wolof Oromoo Soomaali Українська bm ភាសាខ្មែរ rn ქართული Македонски Српски Ελληνικά አማርኛ Malagasy ไทยالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আৰাক গছৰ শিপাৰে দাঁত চাফ কৰিলে ময়লা আদিৰ পৰা মুখ পৰিস্কাৰ হয় আৰু দুৰ্গন্ধ দূৰ হয়। আৰু মিছৱাক কৰাটো হৈছে আল্লাহক সন্তুষ্টি কৰাৰ অন্যতম এটা উপায়। কাৰণ ইয়াৰ মাজত আছে আল্লাহৰ আনুগত্য আৰু তেওঁৰ আদেশ পালন। কিয়নো ইয়াৰ দ্বাৰা পৱিত্ৰতা অৰ্জন হয়, যি পৱিত্ৰতাক আল্লাহে ভাল পায়।فوائد الحديث
মিছৱাক কৰাৰ গুৰুত্ব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ উম্মতক বেছি বেছি মিছৱাক কৰিবলৈ উৎসাহিত কৰিছে।
মিছৱাক কৰিবলৈ আৰাক গছৰ শিপা ব্যৱহাৰ কৰাটো উত্তম। ইয়াৰ বিপৰীতে পেষ্ট আৰু ব্ৰাশ্ব ব্যৱহাৰ কৰাত কোনো অসুবিধা নাই।
التصنيفات
স্বভাৱগত ছুন্নতসমূহ