إعدادات العرض
মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी සිංහල Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە தமிழ் دری Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Wolof Soomaali Moore Українська Български Azərbaycan ქართული тоҷикӣ bm Oromooالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত পুৰুষসকলৰ বাবে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব নাৰী সমাজ। কাৰণ নাৰী স্ত্ৰী হ'লে তাইৰ অনুসৰণত সি চৰীয়তৰ বিৰোধিতাও কৰিব পাৰে। আনহাতে যদি অপৰিচিত হয় তেন্তে তাইৰ অবাধ মিশ্ৰিত বিচৰণে সমাজত বিশৃংখলা সৃষ্টি কৰিব।فوائد الحديث
গতিকে মুছলিমসকলে নাৰীসকলৰ ফিতনাৰ পৰা সতৰ্ক থকা উচিত। লগতে প্ৰত্যেক ফিতনাৰ দুৱাৰ বন্ধ কৰি দিব লাগে।
সেয়ে মুমিনসকলে আল্লাহৰ ৰচীক মজবুতভাৱে ধাৰণ কৰা উচিত। লগতে ফিতনাৰ পৰা নিজকে ৰক্ষা কৰি আল্লাহৰ প্ৰতি ধাৱিত হোৱা উচিত।
التصنيفات
প্ৰবৃত্তি আৰু বেয়া বাসনাৰ নিন্দা