إعدادات العرض
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ ছুন্নত হৈছে মুআজ্জিনে ফজৰৰ আজানত হাইয়্য়া আলাল ফালাহ কোৱাৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম," কোৱা।
[ছহীহ] [رواه ابن خزيمة والدارقطني والبيهقي]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt Hausa Kurdî Magyar ქართული සිංහල Kiswahili Română ไทย Português मराठी دری አማርኛ ភាសាខ្មែរ Nederlands ગુજરાતી Македонски ਪੰਜਾਬੀالشرح
আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ ছুন্নতত যিবোৰ বিষয়ৰ অনুমোদন দিছিল, তাৰ মাজত এইটোও আছে যে, বিশেষকৈ ফজৰৰ আজানত মুআজ্জিনে "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি কোৱা।فوائد الحديث
হাদীছৰ শব্দ (من السنة) অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত। সেয়ে ইয়াৰ বিধান হৈছে মাৰফু। অৰ্থাৎ এই নিৰ্দেশনাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে সম্পৃক্ত।
ফজৰৰ আজানত "হায়্যা আলাল ফালাহ"ৰ পিছত "আচ্ছালাতু খাইৰুম মিনান নাওম" (টোপনিতকৈ নামাজ শ্ৰেষ্ঠ) বুলি দুবাৰকৈ কোৱা মুস্তাহাব। কাৰণ ফজৰৰ নামাজ সাধাৰণতে এনেকুৱা সময়ত পঢ়া হয় যিটো সময়ত অধিকাংশ মানুহ টোপনিত থাকে আৰু টোপনিৰ পৰা উঠি নামাজ পঢ়িবলগীয়া হয়। সেয়ে ইয়াৰ দ্বাৰা ফজৰৰ নামাজক অন্যতম এটা বিশেষত্ব প্ৰদান কৰা হৈছে যিটো বেলেগ কোনো নামাজক দিয়া হোৱা নাই।
التصنيفات
আজান আৰু ইক্বামত