إعدادات العرض
সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।
সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।
উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "সেই ব্যক্তিৰ নামাজ হোৱা নাই, যিয়ে নামাজত ছুৰা ফাতিহা পঢ়া নাই।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी Tagalog ئۇيغۇرچە Hausa Português Kurdî සිංහල Svenska ગુજરાતી Yorùbá Tiếng Việt Kiswahili پښتو دری Кыргызча or नेपाली Čeština Română Nederlands Soomaali తెలుగు മലയാളം Српски Kinyarwanda ಕನ್ನಡ Lietuvių Wolof Українська ქართული Moore Magyar Shqip Македонски Azərbaycan አማርኛ Malagasy Oromooالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজত ছুৰা ফাতিহা নপঢ়াকৈ নামাজ শুদ্ধ নহয়। এইটো হৈছে নামাজৰ এটা ৰুকন, যিটো প্ৰত্যেক ৰাকাততে পাঠ কৰিব লাগে।فوائد الحديث
ছুৰা ফাতিহা পাঠ কৰিবলৈ সক্ষম হোৱা সত্ত্বেও যিয়ে নামাজত ইয়াক পাঠ নকৰিব তাৰ নামাজ নহ'ব।
যি ৰাকাতত ছুৰা ফাতিহা পাঠ কৰা নাই, সেইটো বাতিল হ'ব। জানি বুজি হওক বা ভুলতে হওক। কাৰণ এইটো হৈছে ৰুকন। ৰুকন কেতিয়াও এৰা ধৰা নহয়।
মুক্তাদিয়ে যদি ইমামক ৰুকূ অৱস্থাত পায় তেন্তে ছুৰা ফাতিহা নপঢ়িলেও কোনো অসুবিধা নাই।
التصنيفات
নামাজৰ আৰকানসমূহ