إعدادات العرض
আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ…
আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ নিজকে কষ্ট দিবলৈ নিষেধ কৰিছে।
আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ নিজকে কষ্ট দিবলৈ নিষেধ কৰিছে।
[ছহীহ] [(বুখাৰী)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी සිංහල Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە தமிழ் دری Magyar ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda नेपाली Српски Soomaali Deutsch Moore Українська Български Wolof Azərbaycan ქართული тоҷикӣ bm Македонски አማርኛ Malagasyالشرح
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত কৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক এনেকুৱা কোনো কাম কৰিবলৈ তথা এনেকুৱা কোনো কথা ক'বলৈ নিষেধ কৰিছে, যাৰ বাবে অপ্ৰয়োজনীভাৱে কষ্ট কৰিব লাগে।فوائد الحديث
এই হাদীছটোত যি তাকাল্লুফৰ পৰা নিষেধ কৰা হৈছে, সেইটো হৈছে যেনে- অধিক প্ৰশ্ন কৰা, অথবা এনেকুৱা কোনো কাম কৰা যিটোৰ বিষয়ে কোনো জ্ঞান নাই, অথবা কোনো কামক এনেকৈ কঠিন বনাই লোৱা,য'ত আল্লাহে প্ৰশস্ততা ৰাখিছে।
প্ৰতিজন মুছলিমে নিজৰ মাজত উদাৰতা ৰাখিব লাগে, লগতে খোৱা-বোৱা, কথা-বতৰা আৰু অন্যান্য বিষয়ত অনাৱশ্যক কষ্টৰ পৰা বিৰত থাকিব লাগে।
ইছলাম হৈছে এটা সৰল তথা সহজ ধৰ্ম।
التصنيفات
নিন্দনীয় স্বভাৱসমূহ