إعدادات العرض
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।"
[ছহীহ] [(আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe සිංහල हिन्दी Tiếng Việt Hausa Kiswahili پښتو دری Кыргызча Lietuvių Kinyarwanda नेपाली తెలుగు Bosanski ಕನ್ನಡ Kurdî മലയാളം Oromoo Română Soomaali Shqip Српски Українська Wolof Moore Tagalog தமிழ் Azərbaycan فارسی ქართული 中文 Magyar Português Deutsch Русский አማርኛ bm Македонски Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজৰ বৈঠকত এই দুআটো বাৰে বাৰে পঢ়িছিল, "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।" ৰাব্বিগফিৰ লীৰ অৰ্থ হৈছে, বান্দাই আল্লাহৰ ওচৰত নিজৰ গুনাহ মাৰ্জনাৰ আবেদন কৰা তথা দোষ-ত্ৰুটি গোপন ৰখাৰ প্ৰাৰ্থনা কৰা।فوائد الحديث
ফৰজ হওক বা নফল নামাজ, দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰাটো চৰীয়ত অনুমোদিত।
ৰাব্বিগফিৰ লী, এবাৰ পাঠ কৰা ওৱাজিব, বাৰে বাৰে পাঠ কৰাটো মুস্তাহাব।
التصنيفات
নামাজৰ পদ্ধতি