إعدادات العرض
1- যিয়ে সুন্দৰকৈ অজু কৰি জুমুআৰ বাবে উপস্থিত হয়, লগতে মনোযোগ সহকাৰে খুতবা শুনে আৰু মনে মনে থাকে, তাৰ দুই জুমুআৰ মাজৰ আৰু অধিক তিনি দিনৰ গুনাহ ক্ষমা কৰি দিয়া হয়।