إعدادات العرض
যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।
যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।
ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে পৃথিৱীত ৰেচম পৰিধান কৰিব, আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Hausa Português Kurdî മലയാളം Kiswahili සිංහල ગુજરાતી Tiếng Việt دری Nederlands नेपाली پښتو Svenska Кыргызча Română తెలుగు Lietuvių ಕನ್ನಡ Српски ქართული Moore Kinyarwanda Magyar Македонски Čeština Azərbaycan Українська Wolof Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছত স্পষ্টভাৱে বৰ্ণনা কৰিছে যে, পুৰুষসকলৰ মাজৰ যিয়ে পৃথিৱীত ৰেচম বস্ত্ৰ পৰিধান কৰিব, যদি সি তাওবা নকৰে তেন্তে শাস্তিস্বৰূপে আখিৰাতত সি ইয়াৰ পৰা বঞ্চিত হ'ব,فوائد الحديث
ৰেচমৰ দ্বাৰা বুজোৱা হৈছে নিৰ্ভেজাল বিশুদ্ধ ৰেচম কাপোৰ। আনহাতে কৃত্ৰিম ৰেচম এই হাদীছৰ অন্তৰ্ভুক্ত নহয়।
পুৰুষসকলে ৰেচম বস্ত্ৰ পৰিধান কৰা হাৰাম।
ৰেচম কাপোৰ কেৱল পৰিধান কৰাটোৱে নিষেধ নহয়, বৰং বিছনাত পাৰি ব্যৱহাৰ কৰাটোও নিষেধ।
পুৰুষসকলৰ কাপোৰত দুইৰ পৰা চাৰি আঙুলি পৰিমাণ ৰেচমৰ টুকুৰা ব্যৱহাৰ কৰা বৈধ, তালি লগাবলৈ হওক বা কাপোৰৰ তলৰ অংশত ব্যৱহাৰ কৰিবলৈ হওক।
التصنيفات
লিবাছ বা পোছাক সম্পৰ্কীয় শিষ্টাচাৰ