إعدادات العرض
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত…
মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
ক্বায়েছ ইবনে আচিম ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিলোঁ, তেতিয়া তেখেতে মোক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিলে।
[ছহীহ] [(আবু দাঊদ, তিৰমিজী, নাছায়ী)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe සිංහල हिन्दी Tiếng Việt Hausa Kiswahili پښتو دری Кыргызча Lietuvių Kinyarwanda नेपाली മലയാളം తెలుగు Bosanski ಕನ್ನಡ Kurdî Română Soomaali Shqip Српски Українська Wolof Tagalog Moore தமிழ் Azərbaycan فارسی ქართული 中文 Magyar Português Deutsch Русский Македонски bm Malagasy Oromoo ភាសាខ្មែរالشرح
হাদীছটোত কোৱা হৈছে যে, কায়েছ ইবনু আচিম ইছলাম গ্ৰহণ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ অহাত তেখেতে তেওঁক বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰি আহিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে বগৰী পাত ব্যৱহাৰ কৰা হৈছিল আৰু এইকাৰণেও ব্যৱহাৰ কৰা হৈছিল যাতে সুগন্ধি আহে।فوائد الحديث
অমুছলিম ব্যক্তিয়ে ইছলাম গ্ৰহণ কৰাৰ সময়ত গোছল কৰাটো চৰীয়ত অনুমোদিত।
ইছলামে শৰীৰ আৰু অন্তৰ উভয়কে গুৰুত্ব দিয়ে।
পানীত বেলেগ কোনো বিশুদ্ধ পদাৰ্থ মিশ্ৰিত কৰিলে পানীৰ বিশুদ্ধতাত কোনো প্ৰভাৱ নপৰে।
বগৰী পাতৰ পৰিবৰ্তে আধুনিক ডিটাৰজেণ্ট আদি ব্যৱহাৰ কৰিব পাৰে, যেনে- চাবোন আদি।
التصنيفات
গোছল ফৰজ হোৱাৰ কাৰণসমূহ