إعدادات العرض
1- মহান আল্লাহে মোৰ উম্মতৰ সেইসমূহ বিষয় ক্ষমা কৰি দিছে, যিবোৰ তেওঁলোকৰ অন্তৰত উদয় হয়, যেতিয়ালৈকে সেইটো কাৰ্যত পৰিণত নহয় অথবা মুখেৰে প্ৰকাশ নকৰে।