إعدادات العرض
প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।
প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية Bosanski English فارسی Français Русский हिन्दी 中文 Bahasa Indonesia اردو Kurdî Kiswahili አማርኛ Tagalog Tiếng Việt ગુજરાતી Nederlands සිංහල Hausa پښتو ไทย नेपाली Кыргызча മലയാളം Malagasy Svenska Română తెలుగుالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত হিংস্ৰ প্ৰাণীৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ চোকা দাঁতেৰে চিকাৰ কৰে, আৰু প্ৰত্যেক সেইবোৰ চৰাইৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ নখেৰে চিকাৰ কৰে আৰু নখেৰে ধৰি ৰাখে।فوائد الحديث
ইছলামে সকলো ক্ষেত্ৰতে পৱিত্ৰতাৰ প্ৰতি উৎসাহিত কৰিছে, খাদ্য দ্ৰৱ্যই হওক বা কোনো পানীয় আদি।
খোৱাৰ ক্ষেত্ৰত সকলো বস্তুৱে হালাল, কেৱল সেইটো হাৰাম যিটো হাৰাম হোৱাৰ প্ৰমাণ আছে।