إعدادات العرض
1- নিশ্চয় আল্লাহ আৰু তেওঁৰ ৰাছুলে, মাদক দ্ৰৱ্য বেচা কিনা, মৃত জন্তু, গাহৰি আৰু মূৰ্ত্তি আদি হাৰাম কৰিছে।
2- প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।