إعدادات العرض
1- মোৰ পূৰ্বে আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই নবীৰেই তেওঁৰ উম্মতৰ মাজৰ পৰা হাৱাৰী তথা সংগী আছিল। তেওঁলোকে তেওঁৰ ছুন্নতৰ ওপৰত আমল কৰিছিল আৰু তেওঁৰ আদেশ পালন কৰিছিল।