إعدادات العرض
যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।
যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।
জাৰীৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە සිංහල ไทย دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Oromoo Wolof Soomaali Български Українська Azərbaycan ქართული тоҷикӣ bm Македонски Malagasyالشرح
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে মানুহৰ প্রতি দয়া নকৰে, মহান আল্লাহেও তাৰ প্রতি দয়া নকৰে। গতিকে সৃষ্টিক মুহাব্বত কৰাটো হৈছে মহান আল্লাহৰ পৰা ৰহমত লাভ কৰাৰ অন্যতম ডাঙৰ উপায়।فوائد الحديث
সকলো মাখলুকৰ প্ৰতিয়ে দয়া দৃষ্টি পোষণ কৰাটো হৈছে বাঞ্চনীয়। কিন্তু ইয়াত মানুহৰ কথাটো অধিক গুৰুত্ব বুজাবলৈ উল্লেখ কৰা হৈছে।
আল্লাহ অত্যন্ত দয়ালু, তেওঁ অনুগ্ৰহশীল বান্দাসকলৰ প্ৰতি ৰহম কৰে। কাৰণ তেওঁ সমজাতীয় কৰ্মৰ দ্বাৰাই প্ৰতিফল দিয়ে।
মানুহৰ প্ৰতি দয়া কৰা মানে সিহঁতক উপকাৰ কৰা, আৰু ক্ষতিৰ পৰা ৰক্ষা কৰা, লগতে সিহঁতৰ সৈতে সদাচৰণ কৰা।
التصنيفات
প্ৰশংসনীয় চৰিত্ৰসমূহ