إعدادات العرض
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
[ছহীহ] [(তিৰমিজী, আহমদ)]
الترجمة
العربية Bosanski English فارسی Français Русский हिन्दी Bahasa Indonesia 中文 বাংলা ئۇيغۇرچە اردو Español Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் සිංහල မြန်မာ ไทย 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands Türkçe Hausa دری Кыргызча Lietuvių Kinyarwanda नेपाली or ಕನ್ನಡ Română Soomaali Српски Wolof Українська Tagalog Moore Azərbaycan ქართული Magyar Deutsch Македонски bm አማርኛ Malagasy Oromooالشرح
উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বদ্দুআ কৰিছে, আৰু আল্লাহৰ ৰহমতৰ পৰা আঁতৰি থকাৰ অভিশাপ কৰিছে। উদাহৰণস্বৰূপে বিচাৰ প্ৰক্ৰিয়াত বিচাৰকক এই উদ্দেশ্যে উৎকোচ প্ৰদান কৰা, যাতে ফয়চালা উৎকোচ প্ৰদানকাৰীৰ পক্ষত হয়।فوائد الحديث
উৎকোচ দিয়া, লোৱা, মধ্যস্থতা কৰা আৰু এই ক্ষেত্ৰত সহায় কৰা হাৰাম। কাৰণ ইয়াৰ দ্বাৰা বাতিলক সহায় কৰা হয়।
উৎকোচ হৈছে কাবীৰাহ গুনাহ তথা মহাপাপ। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
বিশেষকৈ বিচাৰ মীমাংসাত উৎকোচ দিয়াটো হৈছে ডাঙৰ অপৰাধ তথা মহাপাপ। কাৰণ ইয়াৰ দ্বাৰা অন্যায় কৰা হয় আৰু আল্লাহে অৱতীৰ্ণ নকৰা বিধান অনুযায়ী ফয়চালা কৰা হয়।
التصنيفات
বিচাৰকৰ শিষ্টাচাৰ