إعدادات العرض
সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
[ছহীহ] [(বুখাৰীয়ে বৰ্ণনা কৰিছে জাবিৰৰ হাদীছ, আৰু মুছলিমে বৰ্ণনা কৰিছে হুজাইফাৰ হাদীছ)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands සිංහල Hausa دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Wolof Soomaali Български Українська Azərbaycan ქართული bm тоҷикӣ Македонски Ελληνικά ភាសាខ្មែរ አማርኛ Malagasy Oromooالشرح
হাদীছটোত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, প্রতিটো সৎকৰ্ম যিটোৰ দ্বাৰা আনৰ উপকাৰ হয়, সেয়া কথা হওক বা কৰ্ম, সেইটোৱে হৈছে চাদাক্বাহ। ইয়াৰ ফলত কৰ্তাই ছোৱাব তথা প্ৰতিদান লাভ কৰিব।فوائد الحديث
মানুহে নিজৰ সম্পদৰ পৰা যি দান কৰে কেৱল সেইটোৰ মাজতে চাদাক্বাহ সীমাবদ্ধ নহয়; বৰং প্ৰতিটো কল্যাণকৰ কৰ্মই হৈছে চাদাক্বাহ, যিটো মানুহে কথা আৰু কৰ্মৰ দ্বাৰা সম্পাদন কৰে তথা যিটোৰ দ্বাৰা আনৰ উপকাৰ হয়।
এই হাদীছটোত সৎকৰ্ম কৰিবলৈ আৰু আনৰ উপকাৰ হোৱা কৰ্ম কৰিবলৈ উৎসাহ দিয়া হৈছে।
কোনো সৎকৰ্মকেই তুচ্ছ জ্ঞান কৰা উচিত নহয়, সেইটো যিমানেই সৰু নহওক কিয়।
التصنيفات
সৎকৰ্ম বা নেক কামৰ গুৰুত্ব