إعدادات العرض
"যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।
"যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।
বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"
[ছহীহ] [(বুখাৰী)]
الترجمة
العربية Bosanski English فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी বাংলা Español Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் සිංහල မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە Hausa دری Magyar ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Wolof Soomaali Moore Українська Български Tagalog Azərbaycan ქართული тоҷикӣ bm Македонски አማርኛ ភាសាខ្មែរالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানি বুজি আচৰৰ নামাজক সঠিক সময়ৰ পৰা পলম কৰিবলৈ সতৰ্ক কৰিছে, লগতে কৈছে যে, যিয়ে এনেকুৱা কৰে তাৰ আমল ব্যৰ্থ হৈ যায় তথা বেকাৰ হৈ যায়।فوائد الحديث
আচৰৰ নামাজক আওৱাল ওৱাক্তত পঢ়িবলৈ উৎসাহিত কৰিছে, তথা সোনকালে পঢ়িবলৈ তাগীদ কৰিছে।
আচৰৰ নামাজ পৰিত্যাগকাৰী সম্পৰ্কে হাদীছটোত কঠোৰ সতৰ্কবাণী আহিছে। অন্যান্য নামাজ সময়ত নপঢ়াৰ গুনাহৰ তুলনাত আচৰৰ নামাজ সময়ত নপঢ়াৰ গুনাহ অধিক ডাঙৰ। কাৰণ এইটো হৈছে চালাতে উস্তা, মহান আল্লাহে কোৰআনত বিশেষকৈ এই নামাজৰ হিফাজত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কৈছেঃ তোমালোকে ছালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী (আচৰ) ছালাতৰ প্ৰতি, আৰু আল্লাহৰ বাবে বিনিতভাৱে থিয় হোৱা। (ছুৰা আল-বাক্বাৰাহঃ ১৩৮)