إعدادات العرض
ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট…
ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
[ছহীহ] [(আবু দাঊদ, তিৰমিজী)]
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी Hausa Kurdî Português සිංහල Svenska ગુજરાતી Yorùbá ئۇيغۇرچە Tiếng Việt Kiswahili پښتو دری Кыргызча or नेपाली Čeština Oromoo Română Nederlands Soomaali తెలుగు മലയാളം Српски Kinyarwanda ಕನ್ನಡ Lietuvių Wolof Українська ქართული Moore Magyar Shqip Македонски Azərbaycan Malagasyالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, কিয়ামতৰ দিনা মুমিনৰ মীজানত কথা আৰু কৰ্মৰ ক্ষেত্ৰত আটাইতকৈ গধূৰ বস্তুটো হ'ব উত্তম চৰিত্ৰ। সেয়া হৈছে, হাঁহিমুখে সাক্ষাৎ কৰা, আনক কষ্ট নিদিয়া আৰু সৎকৰ্ম কৰা। কথাই হওক বা কৰ্ম আদি সকলো ক্ষেত্ৰতে মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণ আদিক ঘৃণা কৰে।فوائد الحديث
উত্তম চৰিত্ৰৰ গুৰুত্ব। কাৰণ ই মহান আল্লাহৰ মুহাব্বতৰ উত্তৰাধিকাৰী বনায়, আৰু এইটো ক্বিয়ামতৰ দিনা অধিক গধূৰ হিচাপে বিবেচিত হ'ব।