إعدادات العرض
1- সমকামী ব্যক্তি অথবা স্ত্ৰীৰ পায়ু পথেৰে যৌন মিলন কৰা ব্যক্তিৰ ফালে আল্লাহে (ৰহমতৰ) দৃষ্টিপাত নকৰিব।
2- আল্লাহে নিৰ্ধাৰণ কৰা দণ্ডবিধিৰ বাহিৰে, বেলেগ কোনো ক্ষেত্ৰতে দহটাতকৈ অধিক বেত্ৰাঘাত কৰা উচিত নহয়।