إعدادات العرض
1- যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰে, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।