إعدادات العرض
1- কোনো মুছলিমৰ বাবেই বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় কথা-বতৰা বন্ধ ৰখা, অৰ্থাৎ যেতিয়া সিহঁতে পৰস্পৰে সাক্ষাৎ কৰে, তেতিয়া এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেই ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।