إعدادات العرض
1- "জিব্ৰীলে মোক সদায় প্ৰতিৱেশীৰ বিষয়ে উপদেশ দিয়ে। এটা সময়ত মই ধাৰণা কৰিলোঁ তেওঁ হয়তো প্ৰতিৱেশীক মোৰ উত্তৰাধিকাৰী বনাই দিব।"