إعدادات العرض
1- যি ব্যক্তিয়ে সুন্দৰভাৱে অজু কৰে, তাৰ শৰীৰৰ পৰা তাৰ গুনাহসমূহ ওলাই যায়।
2- পৰিস্কাৰ-পৰিচ্ছন্নতা তথা পৱিত্ৰতা হৈছে ঈমানৰ অৰ্দ্ধাংশ।
3- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক নামাজৰ সময়তে অজু কৰিছিল।