إعدادات العرض
1- যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত পৃথিৱীৰ প্ৰতি কোনো মনোযোগ নাথাকিব, সেই ব্যক্তিৰ পূর্বৰ গুনাহ ক্ষমা কৰি দিয়া হ’ব।
2- আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে।
3- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
4- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।