إعدادات العرض
1- ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় আল্লাহক স্মৰণ কৰিছিল।
2- ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল।