إعدادات العرض
1- মহান আল্লাহে কৈছে, হে আদম সন্তান! তুমি ব্যয় কৰা, তোমাৰ ওপৰতো ব্যয় কৰা হ’ব।
2- যেতিয়া কোনো ব্যক্তিয়ে তাৰ পৰিয়ালৰ ওপৰত ছোৱাবৰ উদ্দেশ্যে কিবা ব্যয় কৰে, তেতিয়া সেইটো চাদাক্বাহ হিচাপে গণ্য হয়।