إعدادات العرض
1- মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ
2- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া চালাত আদায় কৰিছিল তেতিয়া তেখেতে দুয়ো বাহু ইমানখিনি প্ৰসাৰিত কৰিছিল যে, তেখেতৰ কাষলতিৰ শুভ্ৰতা দেখা গৈছিল।
3- মই আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জুনুবী অৱস্থাত একে পাত্ৰৰ পৰা পানী লৈ গোছল কৰিছিলোঁ। তেখেতে মোক হায়েজ অৱস্থাত ইঝাৰ বান্ধি লবলৈ নিৰ্দেশ দিছিল আৰু মোৰ লগত আলিঙ্গন কৰিছিল।