إعدادات العرض
1- অন্যান্য দিনবোৰৰ তুলনাত এই দিনবোৰত নেক আমল কৰাটো আল্লাহৰ ওচৰত অধিক প্ৰিয়।
2- যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰে, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।
3- যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰাৰ উদ্দেশ্যে যুদ্ধ কৰিব, তাৰ যুদ্ধকহে আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব"।