إعدادات العرض
1- চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু ক্ষমা কৰাৰ বিনিময়ত আল্লাহে (ক্ষমাকাৰীৰ) সন্মান বৃদ্ধি কৰে, আৰু যিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদাত উন্নীত কৰিব।
2- মহান আল্লাহে কৈছে, হে আদম সন্তান! তুমি ব্যয় কৰা, তোমাৰ ওপৰতো ব্যয় কৰা হ’ব।
3- ইছলামৰ ভিত্তি পাঁচটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত
4- আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়।
5- মোৰ নাম হৈছে জিমাম ইবনে ছা'লাবাহ, বনী ছাআদ ইবনে বকৰৰ ভাতৃ।