إعدادات العرض
পাৰিবাৰিক ফিকহ
পাৰিবাৰিক ফিকহ
4- মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।
6- যি ব্যক্তিয়ে ছোৱাব লাভৰ নিয়্যতেৰে নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে, তেওঁ চাদাক্বাৰ ছোৱাব পায়।
8- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক খুতবা এ হাজাত শিকাইছেঃ
13- তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব।
17- স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে।
19- অভিশপ্ত সেই ব্যক্তি, যিয়ে স্ত্ৰীৰ মলদ্বাৰেৰে যৌন কামনা পূৰণ কৰে।
26- হয়, তুমি তোমাৰ বাবে আৰু তোমাৰ সন্তান-সন্ততিৰ বাবে উচিতভাৱে তেওঁৰ সম্পদৰ পৰা ল'ব পাৰা।
30- এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।
38- তেতিয়াহ'লে মোক সাক্ষী নকৰিবা। কাৰণ অন্যায়ৰ ক্ষেত্ৰত মই সাক্ষী নহওঁ।
40- ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।
